Nov 7th, 2025 |

icon

Need Help? call us free

9435444086

News & Updates

গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰাংগনত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়।

Nov 6th, 2025

গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰাংগনত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়। বিদ্যালয়ৰ প্ৰাত:সভাত ছাত্ৰী তৃষ্ণালী আচাৰ্য্যই এটি সুন্দৰ বক্তৃতা আগবঢ়ায়। সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি বিদ্যালয়ৰ উচ্চ আৰু নিম্ন শাখাৰ হাউছ সমূহৰ মাজত ড° ভূপেন হাজৰিকাদেৱৰ গীতসমূহৰ সমবেত সংগীত প্ৰতিযোগীতাৰ আয়োজন কৰা হয়।