Sep 13th, 2025 |

icon

Need Help? call us free

9435444086

News & Updates

গো লাঘাট জাতীয় বিদ্যালয়ৰ ২০২৫-২৬ শিক্ষাবৰ্ষৰ একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ নৱাগত আদৰণি সভা

Aug 19th, 2025

গো লাঘাট জাতীয় বিদ্যালয়ৰ ২০২৫-২৬ শিক্ষাবৰ্ষৰ একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ আঁত ধৰে এই বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী গাৰ্গী গগৈ আৰু ছাত্ৰ সুনয়ন গগৈয়ে। একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি এই বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুতা স্মৃতিৰেখা বৰা আৰু উপাধ্যক্ষ শ্ৰীযুতা বনশ্ৰী কাকতিয়ে সুন্দৰ বক্তব্য প্ৰদান কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। তাৰিখ-১০/০৭/২০২৫ স্থান - যোগেন পূণ্যপ্ৰভা প্ৰেক্ষাগৃহ।