May 18th, 2025 |

icon

Need Help? call us free

9435444086

News & Updates

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠান

Apr 29th, 2025

আজি গোলাঘাট জাতীয় বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠান আৰু বিদ্যালয়ৰ শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। স্থান - যোগেন পূণ্যপ্ৰভা প্ৰেক্ষাগৃহ। তাৰিখ-২৩/০৪/২০২৫