May 19th, 2025 |

icon

Need Help? call us free

9435444086

News & Updates

ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ কাৰ্যসূচী:

Apr 21st, 2025

ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ কাৰ্যসূচী: গোলাঘাট জাতীয় বিদ্যালয়ৰ উদ্যোগত আৰু বিদ্যালয়ৰ অভিভাৱক সমিতি তথা মন নিৰাময়(Healthy Mind, Healthy Society) সহযোগত মানসিক চিকিৎসা বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হয়। এই সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাস ডাঙৰীয়া। তেখেতৰ বহুমূলীয়া বক্তৃতাৰে সকলোকে উপকৃত কৰে । স্থান - যোগেন-পূণ্যপ্ৰভা প্ৰেক্ষাগৃহ, গোলাঘাট জাতীয় বিদ্যালয় । তাৰিখ-১২/০৪/২০২৫