Sep 13th, 2025 |
Need Help? call us free
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে গোলাঘাট জাতীয় বিদ্যালয়ত নাম-প্ৰসঙ্গ কৰা হয়।বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দিহানাম তথা বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অভিনৱ শইকীয়াই বৰগীত পৰিৱেশন কৰে।