Hamdoipathar,Golaghat,Assam-785621
[email protected]
Mar 25th, 2026 |
Need Help? call us free
9435444086
Register Now
Student Login
Home
About us
News & Updates
******New Admission for Class IX for the session 2026-2027 is going on ******
Important Notification
গোলাঘাট জাতীয় বিদ্যালয়ৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৫ জানুৱাৰী ২০২৬ তাৰিখে। এই উপলক্ষে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি ডাঃ অজিত বৰুৱা দেৱে।
আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় গণিত দিৱস। ভাৰতৰ সুসন্তান তথা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজন আয়েংগাৰৰ জন্ম দিৱসটো ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰা হয়।
আজি জুবিন বিহীন প্ৰথমটো ওপজা দিন ৷ ওপজা দিন উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটৰ জাতীয় বিদ্যালয়তটো দীন জোৰা কাৰ্যসূচীৰে গোলাঘাট শাখা সাহিত্য সভা আৰু গোলাঘাট এমেচা থিয়েটাৰ ছ'ছাইটিৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে
পণ্ডিত জৱাহৰলাল নেহৰুদেৱৰ জন্মদিন উপলক্ষে 'শিশু দিৱস' গোলাঘাট জাতীয় বিদ্যালয়ত প্ৰতি বছৰৰ দৰে এইবাৰো ১৪ নৱেম্বৰ দিনটো এক বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হয়।
গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰাংগনত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়।
শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত বিদ্যালয়ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তথা প্ৰত্যেক গৰাকী ছাত্ৰ - ছাত্ৰীৰ সহযোগত আয়োজন কৰা শিক্ষক দিৱসৰ অনুষ্ঠান
শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ তিথিৰ লগত সংগতি ৰাখি গোলাঘাট জাতীয় বিদ্যালয়ত এখনি কুইজ প্ৰতিযোগিত।
গোলাঘাট জাতীয় বিদ্যালয়ত ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়।
Events
Teachers & staff
Teaching staff
Non Teaching staff
Facilities
Gallery
Alumni
Contact us
Events
Home
Events /
International Youth Day
International Youth Day
Aug 12th, 2024
10:00 am - 11:00 am
Golaghat Jatiya Vidyalaya Auditorium